বিৰাট–ৰোহিতৰ পিছত অৱসৰ ঘোষণা জাদেজাৰ
🔹 ভাৰতৰ হৈ আৰু টি–২০ ক্রিকেট নেখেলে ৰবীন্দ্রই
বিশেষ বাৰ্তা, ৩০ জুন : দেশৰ হৈ আৰু টি–২০ ক্রিকেট নেখেলে ৰবীন্দ্র জাদেজাই৷ শনিবাৰে বিৰাট কোহলি আৰু ৰোহিত শর্মাই অৱসৰ ঘোষণা কৰাৰ পিছত এইবাৰ জাদেজাই টি–২০ সংস্কৰণৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে৷ একেৰাহে তিনিগৰাকী অভিজ্ঞ ভাৰতীয় ক্রিকেটাৰে টি–২০ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷ শনিবাৰে মেচখন শেষ হোৱাৰ পিছতে বিৰাট…
Read More...