আটলাণ্টিকৰ জলগর্ভত ৯৩ দিন কটোৱাত ১০ বছৰ বয়স কমিল নৌ বিষয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মে' : মানুহৰ আয়ুস কমাব পাৰে নেকি? আয়ুস উভতাই আনিব পাৰে নেকি? বিজ্ঞানী আৰু গৱেষকসকলে মানুহৰ আয়ুস বৃদ্ধি প্রক্রিয়াক লৈ বিগত দশক দশক ধৰি গৱেষণা চলাই আহিছে৷ প্রকৃতিৰ ৰহস্যঘন মানুহৰ আয়ুস বৃদ্ধি আৰু হ্রাস কৰা সন্দর্ভত চমৎকাৰ উদ্ভাৱনৰ বাবে আহোপুৰুষার্থ কৰি আছে বিজ্ঞানী–গৱেষকসক৷ কিন্তু এতিয়ালৈকে এই ক্ষেত্রত ইতিবাচক কোনোধৰণৰ ইংগিত…
Read More...