ছিংগাপুৰত পুনৰ ক’ভিড–১৯ৰ সংক্রমণৰ ঢৌ
🔹 মাস্ক পৰিধান কৰিবলৈ নাগৰিকক নির্দেশ স্বাস্থ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১৯ মে’ : ছিংগাপুৰত পুনৰ ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হোৱাক লৈ উদ্বিগ্ণ হৈছে প্রশাসন৷ যোৱা ৫ মে’ৰ পৰা ১১ মে’লৈকে এসপ্তাহতে নতুন ক’ভিড–১৯ৰ ঢৌত ২৫,৯০০তকৈ অধিক লোক সংক্রমিত হৈছে৷ এই নতুন সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ছিংগাপুৰৰ স্বাস্থ্যমন্ত্রী অং য়ে কুঙে নাগৰিকসকলক মাস্ক পৰিধান কৰিবলৈ…
Read More...