অৰণ্যত কিশোৰৰ দলবদ্ধ ধর্ষণৰ বলি কিশোৰী
🔹 দহ অভিযুক্তৰ বয়স ১১ৰ পৰা ১৬ বছৰৰ ভিতৰত
বিশেষ বাৰ্তা, ১২ মে’ : ইউৰোপীয় দেশ বেলজিয়ামত দলবদ্ধ ধর্ষণৰ বলি হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ এই ঘটনাক লৈ দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ অভিযোগ অনুসৰি, নির্যাতিতাৰ কিশোৰ প্রেমিক আৰু তেওঁৰ বন্ধুসকলে লগ হৈ এখন অৰণ্যলৈ কিশোৰীজনীক লৈ যায়৷ তাত ২ এপ্রিলৰ পৰা ৬ এপ্রিলৰ ভিতৰত তিনিবাৰকৈ দলবদ্ধ ধর্ষণ কৰে এই…
Read More...