ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে আদালতত বিস্ফোৰক ষ্টর্মি
🔹 যৌন অভিসাৰৰ পূর্বে প্রকাশ নোহোৱা কাহিনী
বিশেষ বাৰ্তা, ৯ মে’ : তেওঁক দেখিলে হেনো নিজৰ মাতৃৰ কথা মনত পৰে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ প্রথম দিনাৰ বার্তালাপত পর্ণতাৰকা ষ্টর্মি ডেনিয়েলছক এই কথা জনাইছিল আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে৷ কালি নিউয়র্কৰ আদালতত ষ্টর্মিয়ে ট্রাম্পৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ ট্রাম্পৰ সৈতে…
Read More...