পর্ন ছাইটত ইটালীৰ প্রধানমন্ত্রীৰ ডিপফেক ভিডিঅ’
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ এইবাৰ ‘ডিপফেক’ৰ চিকাৰ হ’ল ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি৷ কেইবাটাও ভিডি’ত প্রধানমন্ত্রীগৰাকীৰ্ মুখ ব্যৱহাৰ কৰি পর্ন ছাইডত আপলোড কৰাৰ অভিযোগ উঠিছে দুই ব্যক্তিৰ বিৰুদ্ধে৷ আমেৰিকাৰ এটা কনঢেণ্ট ৱেবছাইটত এই ভিডি’ মুকলি কৰি দিয়া হৈছে৷ লাখ লাখ মানুহে এই ভিডি’ চাইছে৷ এই ঘটনাত জড়িত অপৰাধীক শাস্তি প্রদানৰ লগতে বৃহৎ অংকৰ…
Read More...