মহাকাশত ৰেস্তোৰাঁ মুকলি কৰিব ‘স্পেচভিআইপি’-এ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ভৰিৰ তলত আকাশ আৰু ইয়াৰ বহু তলত শুভ্র–নীলৰঙী পৃথিৱী৷ শূন্যত ওপঙি থকা এখন ৰেস্তোৰাঁৰ ৰিক্লাইনিং শ্বেয়াৰত ভেজা দি সুখৰ পানীয়ত চুমুক দিবলৈ কেনে লাগিব সেই সোৱাদৰ সন্ধান দিবলৈ পৃথিৱীৰ ষ্ট্রেট’স্ফিয়াৰত ওপঙি থকা এখন ৰেস্তোৰাঁ মুকলি কৰিছে নিউয়র্কৰ ‘স্পেচভিআইপি’ নামৰ এটা পর্যটন সংস্থাই৷ বিশ্বৰ অন্যতম খ্যাতনামা এগৰাকী ডেনিছ…
Read More...