কেজৰিৱালৰ পিছত আপ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত ইডিৰ অভিযান
🔹 দিল্লী আবকাৰী নীতি কেলেংকাৰি
বিশেষ বাৰ্তা, ২৩ মার্চ : দিল্লী আবকাৰী নীতি কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰ কৰাৰ পিছত আপৰ মাটিয়ালা সমষ্টিৰ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত আজি অভিযান চলায় এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্রেপ্তাৰ কৰাক লৈ ৰাজধানী দিল্লীৰ লগতে সমগ্র দেশত প্রতিবাদ…
Read More...