চেক গণৰাজ্যৰ ক্রিষ্টিয়ানা পিজকোভালৈ ‘মিছ ৱর্ল্ড–২০২৪’ৰ মুকুট
🔹 ২৮ বছৰ পিছত ভাৰতত ‘মিছ ৱর্ল্ড’ প্রতিযোগিতা
বিশেষ বাৰ্তা, ১০ মার্চ : মিছ ৱর্ল্ড ২০২৪ৰ খিতাপ জিনিলে চেক গণৰাজ্যৰ সুন্দৰী ক্রিষ্টিয়ানা পিজকোভাই৷ মায়ানগৰী মুম্বাইত আয়োজিত বর্ণাঢ্য কার্যসূচীৰ মাজত চূড়ান্ত প্রতিযোগিতাত চেক গণৰাজ্যৰ ক্রিষ্টিয়ানা পিজকোভাই মিছ ৱর্ল্ড ২০২৪ৰ খিতাপ অর্জন কৰে৷ ২৮ বছৰৰ পিছত ভাৰতত আয়োজিত মিছ ৱর্ল্ড প্রতিযোগিতাত ২০২৪ৰ খিতাপ…
Read More...