ব্লুমবার্গৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত জেফ বেজছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ মাৰ্চঃ ৯ মাহত প্রথমবাৰৰ বাবে বিশ্বৰ ধর্ণাঢ়্য ব্যক্তিৰ তালিকাৰ শীর্ষস্থান হেৰুৱালে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে৷ ব্লুমবার্গে প্রকাশ কৰা বিশ্বৰ ধর্ণাঢ়্য ব্যক্তিৰ তালিকাত আমাজ’নৰ প্রতিষ্ঠাত জেফ বেজছে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কক আঁতৰাই শীর্ষস্থান লাভ কৰিছে৷ তালিকা অনুসৰি জেফ বেজছক সম্পত্তিৰ পৰিমাণ ২০০.৩ বিলিয়ন মার্কিন…
Read More...