টেষ্ট ক্ৰিকেটৰ এটা ইংনিছত সৰ্বাধিক ছিক্সাৰৰ অভিলেখ জয়ছোৱালৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ফেব্ৰুৱাৰীঃ ভাৰতীয় খেলুৱৈ হিচাপে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যশস্বী জয়ছোৱালে। তেওঁ নৱজোত সিং সিদ্ধু আৰু মায়ংক আগৰৱালক অতিক্ৰম কৰে। জয়ছোৱালে এটা ইনিংছত ১০টা ছয় কোবাইছিল। আনহাতে, নৱজোৎ সিং সিদ্ধু আৰু মায়ংক আগৰৱালে ৮টাকৈ ছয়ৰ অভিলেখ গঢ়িছিল। ১৯৯৪ চনত লক্ষ্ণৌত শ্ৰীলংকাৰ…
Read More...