বিশ্বকাপৰ পূৰ্বে ৰোহিত ভয়ত সন্ত্ৰস্ত অষ্ট্ৰেলিয়ান শিবিৰ
বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বহুবাৰ দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে ৮১ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। ২০২৩ চনৰ বিশ্বকাপত তেওঁ টীম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ মাৰ্নাছ লাবুশ্বানে ৰোহিতক প্ৰশংসা কৰিছে। তেওঁ কয় যে ৰোহিতক ৰান…
Read More...