কংগ্রেছক মামৰে ধৰা লোৰে ৰিজালে প্রধানমন্ত্রীয়ে
🔹 মধ্যপ্রদেশত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকীত বিজেপি কর্মকর্তাক সম্বোধন মোদীৰ
বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : ভাৰতীয় জনসংঘৰ সহঃ প্রতিষ্ঠাতা, বর্তমান ভাৰতীয় জনতা পার্টীৰ আদর্শ নেতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিজেপিশাসিত মধ্যপ্রদেশ আৰু কংগ্রেছশাসিত ৰাজস্থানৰ কার্যসূচীত অংশগ্রহণ কৰে৷ নির্বাচন…
Read More...