বানৰ কবলত মহাৰাষ্ট্রৰ নাগপুৰ, চাৰিজনৰ প্রাণহানি
🔹 ১০ হাজাৰ বাসগৃহ পানীৰ তলত
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : চাৰিওফালে মাথোঁ পানী৷ ৰাস্তা, ঘৰ সকলো পানীৰ তলত৷ মহাৰাষ্ট্রৰ নাগপুৰত এতিয়া ভয়াৱহ বান৷ মুষলধাৰ বৃষ্টিপাতৰ ফলত বানৰ কবলত পৰিছে সমগ্র নাগপুৰ৷ ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে যে পুনৰ বৃষ্টিপাতৰ আশংকা আছে চহৰখনত৷ ইফালে, অ'ৰেঞ্জ এলার্ট জাৰি কৰা হৈছে নাগপুৰ চহৰৰ বিভিন্ন প্রান্তত৷ বিগত…
Read More...