৪ শতাংশ বৃদ্ধি পাব পাৰে কেন্দ্রীয় কর্মচাৰীৰ ডিএ
বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) পুনৰ ৪ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ চলিত মাহৰ শেষ সপ্তাহত নাইবা অক্টোবৰৰ প্রথমভাগত আনুষ্ঠানিকভাৱে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে কেন্দ্রীয় চৰকাৰে৷ এই নতুন সিদ্ধান্তৰ ফলত সুবিধা লাভ কৰিব পেন্সনভোগীসকলেও ৷ এটা সূত্রই দাবী কৰা অনুসৰি, সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্রীয়…
Read More...