ক্ৰিকেটৰ ক্ৰীজত বাংলাদেশী খেলুৱৈৰ নজিৰ
বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ভদ্ৰ লোকৰ খেল হিচাপে খ্যাত ক্ৰিকেটত এক নজিৰ দেখুৱালে বাংলাদেশে। ক্ৰীড়াবিদ্যাৰ এক আচৰিত উদাহৰণ দাঙি ধৰিলে বাংলাদেশ ক্ৰিকেটে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়াত বাংলাদেশৰ অধিনায়ক লিটন দাসে নিউজিলেণ্ডৰ ঈশ সোধীৰ বিৰুদ্ধে মানকাডিঙৰ আবেদন নাকচ কৰি আম্পায়াৰক পুনৰ খেলপথাৰত মাতিবলৈ অনুৰোধ জনায়। এই সমগ্ৰ ঘটনা…
Read More...