আমেৰিকাৰ গৱেষণাগাৰত কৃত্রিম মানৱ ভ্রূণ প্রস্তুত
বিশেষ বাৰ্তা, ১৭ জুনঃ শুক্রাণু অথবা ডিম্বাণুৰ প্রয়োজন নাই৷ জননকোষ অবিহনেই ভ্রূণৰ জন্ম অবিশ্বাস্য হ’লেও এয়া সত্য৷ ষ্টেম কোষৰ সাহায্যত কৃত্রিম মানৱ ভ্রূণ প্রস্তুত কৰিছে কেমব্রিজ বিশ্ববিদ্যালয় আৰু কালটেকৰ বিজ্ঞানীসকলে৷ অৱশ্যে গৱেষণাগাৰত উদ্ভাৱন কৰা এই ভ্রূণ আধুনিক ভ্রূণৰ দৰে উন্নত নহয়৷ বৰঞ্চ মানৱৰ বিৱর্তনৰ আৰম্ভণিৰ সময়ৰ সৈতে ইয়াৰ সাদৃশ্য আছে৷ তথাপি…
Read More...