ৰিপাব্লিক ছামিটৰ তৃতীয় সংস্কৰণত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
বিশে, বাৰ্তা, ২৭ এপ্রিলঃ ‘বিজেপিয়ে তুষ্টিকৰণ অবিহনে উন্নয়ন বিচাৰে৷ বিগত ৯ বছৰৰ ভিতৰত দেশত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছে নেকি? প্রকৃততে সংঘর্ষৰ সহায়ত দোকান চলাই থকাসকলৰ বাবেহে সমস্যাটো অধিক৷ বিগত ৯ বছৰত এয়াই হৈছে মুছলমানসকলৰ সন্তুষ্টিৰ সর্বোচ্চ সময়৷’– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ নতুন দিল্লীৰ তাজ পেলেচত অনুষ্ঠিত ‘ৰিপাব্লিক…
Read More...