নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

আকছাই চীনত নতুন ৰে’ললাইন নির্মাণ বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী: চীন সীমান্তত পুনৰ চাপ বৃদ্ধি পাব ভাৰতত৷ নতুন চাপ সৃষ্টি কৰিবলৈ এইবাৰ অবৈধভাৱে দখল কৰি ৰখা আকছাই চীন অঞ্চলত ৰে’ললাইন নির্মাণ কৰিছে বেইজিং প্রশাসনে৷ সংবাদ মাধ্যমৰ সূত্রই প্রকাশ কৰা অনুসৰি প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সমীপেৰে গৈছে এই ৰে’ললাইনটো৷ গতিকে আগন্তুক দিনত এই ৰে’ললাইনটো চীনৰ বৃহত্তৰ যুদ্ধৰ পৰিকল্পনাৰ অংশ হ’ব পাৰে…
Read More...

মাৰবার্গ ভাইৰাছৰ সংক্রমণ বৃদ্ধি; ইকুৱেটৰিয়েল গিনিত মাৰবার্গ ভাইৰাছৰ সংক্রমণ…

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী:  ক’ভিড–১৯ মহামাৰীৰ শংকা সম্পূর্ণ মাৰ নৌযাওঁতেই এইবাৰ আফ্রিকাৰ দেশত মাৰবার্গ ভাইৰাছৰ…

সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে ভাৰতৰ উপকূলীয় অঞ্চলৰ জনসংখ্যালৈ কঢ়িয়াইছে ভাবুকি

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে বিশ্বৰ বহু প্রধান চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ভাৰতৰ বাণিজ্যিক…

টুইটাৰৰ নতুন চিইঅ’ এলান মাস্কৰ পোহনীয়া কুকুৰ ‘ফ্লকী’

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ টুইটাৰ ক্রয়ৰ পৰা কর্মচাৰী চাটাইলৈকে বিতর্কৰ মাজত সোমাই পৰা বিশ্বৰ ১ নম্বৰ ধনাঢ্য…

ৰোহিতৰ নেতৃত্বত ইতিহাস : ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত কিং টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ অধিনায়ক ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতীয় দলে ক্রিকেটৰ আটাইকেইটা ফর্মেটতে বিশ্ব ৰেংকিঙৰ…

নিজে গাড়ী চলাই ঘৰৰ পৰা ষ্টেডিয়ামলৈ কোহলি

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ দীর্ঘদিনৰ পিছত ঘৰুৱা খেলপথাৰত নামিবলৈ আগবঢ়া বিৰাট কোহলি ভিতৰি ভিতৰি ৰোমাঞ্চিত হৈ…

প্রতি লিটাৰ গাখীৰৰ দাম ২১০ টকা দুর্ভিক্ষৰ আশংকা পাকত

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: আর্থিক সংকটে দুর্ভিক্ষৰ আশংকা ঘনীভূত কৰিছে পাকিস্তানত৷ দেশবাসীয়ে এতিয়া গাখীৰ…

মোদীৰ তথ্যচিত্র বিতর্কৰ মাজতে বিবিচিৰ দিল্লী-মুম্বাই কার্যালয়ত আয়কৰৰ অভিযান

বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ গ্রেট ব্রিটেইনৰ লণ্ডনস্থিত ব্রিটিছ ব্রডকাষ্টিং কর্প’ৰেচন, চমুকৈ বিবিচিৰ দিল্লী আৰু…

চাঞ্চল্যকৰ দাবী : এলটিটিইৰ মুৰব্বী ভেলুপিলাই প্রভাকৰণ জীৱিত

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ এতিয়াও জীৱিত ভেলুপিলাই প্রভাকৰণ৷ এল টি টি ইৰ মুৰব্বী ভেলুপিলাই প্রভাকৰণ জীয়াই থকা বুলি…

তুৰস্ক–ছিৰিয়াত পুনৰ ভূমিকম্পৰ জোকাৰণি : মৃতকৰ সংখ্যা ৩৬ হাজাৰ অতিক্রম

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ ভূকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়াত উদ্ধাৰ অভিযান চলি থকাৰ মাজতে পুনৰ ৰিখ্টাৰ স্কেলত…