ভাৰত–বাংলা সীমান্তত বিএছএফৰ গুলীত দুই বাংলাদেশী দুষ্কৃতিকাৰীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ কৈমাৰী সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ গুলীত দুগৰাকীকৈ বাংলাদেশী দুষ্কৃতিকাৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ‘‘বিএছএফ গুৱাহাটী’’য়ে আজি বিয়লিৰ ফালে এক টুইটযোগে সদৰী কৰানুসৰি, ভাৰতৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলোৱা দুষ্কৃতিকাৰীৰ এটি দলে অঞ্চলটোৰ কৈমাৰী সীমান্ত নীৰিক্ষণ…
Read More...