চীনত নতুন ভাইৰাছৰ প্রাদুর্ভাৱঃ লাংগিয়া তথা লেভ ভি ভাইৰাছত আক্রান্ত চীনৰ ছেনদং আৰু হেনান প্রদেশত ৩৫ৰো অধিক লোক
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ চীনৰ য়ুহান প্রদেশত ক’ভিড–১৯ ভাইৰাছৰ প্রাদুর্ভাৱে মানৱ জাতিক বিপর্যয়লৈ ঠেলি দিয়াৰ পাছত এইবাৰ পুনৰ চীনত নতুন ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে৷ দেশখনৰ ছেনদং আৰু হেনান প্রদেশত প্রাণীজাত নতুন ভাইৰাছত আক্রান্ত লোক চিনাক্ত হৈছে৷ ইতিমধ্যে দুয়োখন প্রদেশত নতুন ভাইৰাছটোত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫জনৰো অধিক হৈছে৷ দেশখনৰ পূব প্রান্তৰ দুখন…
Read More...