যুদ্ধই হেঙাৰ সৃষ্টি কৰিব নোৱাৰে প্রেমতঃ ৰুছ, ইউক্রেইনী যুৱক–যুৱতীৰ বিবাহ সম্পন্ন ভাৰতত
নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ ভয়াৱহ যুদ্ধ চলি আছে দুই প্রতিৱেশী ৰাষ্ট্র ৰাছিয়া আৰু ইউক্রেইনৰ মাজত৷ দুয়োখন শত্রু দেশৰ দুই যুৱক–যুৱতীৰ মাজত আছে গভীৰ প্রণয়ৰ সম্পর্ক৷ কিন্তু এনে পৰিস্থিতিত কোনোপধ্যেই বিবাহপাশত আবদ্ধ হ’ব নোৱাৰে তেওঁলোক৷ গতিকে ভাৰতলৈ পলাই আহি হিমাচলত ধৰমশালাৰ ৰাধাকৃষ্ণ মন্দিৰত বিবাহপাশত আবদ্ধ হ’ল এই দুই যুৱক–যুৱতী৷ এই বিদেশী যুৱক–যুৱতীৰ বিবাহক…
Read More...