২০২১ত পুটিনক হত্যাৰ চেষ্টা চলিবঃ বুলগেৰিয়াৰ অন্ধ ভৱিষ্যৎদ্রষ্টা বাবা ভাংগাৰ দাবী
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ২০২০ বর্ষটো অন্ত পৰিবলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাতে বুলগেৰিয়াৰ বিখ্যাত অন্ধ ৰহস্যময়ী তথা ভৱিষ্যৎদ্রষ্টা নাৰী বাবা ভাংগাই উল্লেখ কৰিছে যে আগন্তুক ২০২১ চনটোত পৃথিৱীবাসী ভয়াৱহ সংঘাত আৰু বৃহৎ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’ব৷ লক্ষণীয়ভাৱে চলিত বর্ষটো সংঘাত আৰু বিপর্যয়ৰ বর্ষ হিচাপে চিহ্ণিত হৈছে৷ নৱবর্ষৰ আগমনৰ…
Read More...