২০২১ হ’ব ৰুছ–ভাৰতৰ সম্পর্ক সুদৃঢ় কৰাৰ বর্ষ
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ২০২১ বর্ষটো হ’ব ভাৰত–ৰাছিয়াৰ মৈত্রী আৰু সহযোগিতা শক্তিশালী কৰাৰ অন্যতম বর্ষ৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নৱবর্ষৰ প্রাক্ক্ষণত এই কথা ঘোষণা কৰিছে৷ পুটিনে উল্লেখ কৰিছে যে বিভিন্ন বিষয়ত মস্কো আৰু দিল্লী প্রশাসনে সহযোগিতাৰে মোকাবিলা কৰিব৷ ইয়াৰ উপৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা বর্ষটোত অধিক শক্তিশালী কৰিবলৈ প্রচেষ্টা…
Read More...