আফগানিস্তানত মহিলা সাংবাদিকক গুলীয়াই হত্যা
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ আফগানিস্তানত সন্ত্রাসবাদীৰ আক্রমণত পুনৰ এগৰাকী মহিলা সাংবাদিক নিহত হৈছে৷ নিজ বাহনেৰে মালালা মাইৱাণ্ড নামৰ টেলিভিছন সাংবাদিকগৰাকীয়ে বাসগৃহৰ পৰা জালালাবাদৰ কর্মস্থলীলৈ গৈ থকা সময়তে বন্দুকধাৰীয়ে অতর্কিতে আক্রমণ কৰে৷
বন্দুকধাৰীৰ নির্বিচাৰ গুলীবর্ষণত মালালা আৰু তেওঁৰ গাড়ীচালক মহম্মদ তাহিৰ নিহত হয়৷ তাৎক্ষণিকভাৱে এই আক্রমণৰ…
Read More...