চীনত পেকেজিং ফুডৰ নমুনাত ক’ৰোনা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটা চীনত এইবাৰ পেকেজিং ফুডত ধৰা পৰিল ক’ভিড–১৯ ভাইৰাছ৷ দেশখনৰ হার্বিন এপিডেমিক ৰেছপনছ মুখ্য কার্যালয়ৰ পৰা প্রকাশ কৰা মতে হেলংজিয়াং প্রদেশত পেকেজিং খাদ্যৰ নমুনাত ক’ভিড–১৯ প’জিটিভ ধৰা পৰাৰ লগে লগে ইয়াৰ সংস্পর্শলৈ অহা ৪৩জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে৷
আনহাতে, ১০০জনক ঘৰুৱা নিৰীক্ষণত ৰখা হৈছে৷…
Read More...