কানাডাত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত ১৬
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ কানাডাত বন্দুকধাৰীৰ নৃশংস গুলীচালনাত ১৬গৰাকী নিহত হৈছে ৷ শনিবাৰ আৰু দেওবাৰৰ এই ঘটনাই দেশখনত সৃষ্টি কৰিছে চাঞ্চল্য ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, গেব্রিয়েল ৱর্টমেন নামৰ ৫১ বছৰীয়া বন্দুকধাৰীজন পেছাত এগৰাকী দন্ত চিকিৎসক আছিল৷ দেশখনৰ মফচলীয় চহৰ পর্টাপিকত সংঘটিত হৈছে এই ঘটনা৷ হালিফাক্স চহৰৰ পৰা ৬০ মাইল নিলগৰ চহৰখনত এটা…
Read More...