ছদ্মবেশত ঢাকাত বাহৰ ISI বিষয়াৰ, এমিৰেটাছ এয়াৰলাইন্সৰ বিমানেৰে বাংলাদেশলৈ ব্রিগেডিয়াৰ নাদিম-ছাউদ
ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে উত্তৰপূৰ্বাঞ্চলকৈ এক ভায়বহ ব্লু-প্ৰিন্ট ৰচনা কৰি থকাৰ আশংকা ঘনীভূত হৈছে। আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ উত্তৰপূৰ্বাঞ্চলকলৈ এটাৰ পিছত এটাকৈ অবাঞ্ছিত তথা অনাকাংখিত মন্তব্য আগবঢ়াই থকা মুখ্য উপদেষ্টা মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৃষ্ঠপোষকতাত পাকিস্তানৰ…
Read More...