আজিৰ দিনটোৰ ৰাশিফল
মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩, ঘৰলৈ সুখ–শান্তি আহিব৷ যান–বাহন চলোৱা লোকসকল সাৱধান হ’ব৷ কথা কওঁতে সংযম ৰাখি কথা ক’ব অন্যথা ক্ষতি হ’ব পাৰে৷ প্রতিকাৰঃ কামত ওলাওঁতে সূর্যক প্রণাম কৰি ওলাব৷
বৃষঃ শুভ ৰং নীলা, সংখ্যা ৮, চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ পৰা সহায় হ’ব পাৰে৷ সন্তানৰ শুভ৷ ব্যৱসায়ত অর্থ হানি হোৱাৰ ভয়৷…
Read More...