ৰুক্ষ চুলিৰ যতনত নহৰুৰ ভূমিকা অপৰিসীম
বিশেষ বাৰ্তা, ১ জুনঃ ৰুক্ষ চুলিৰ সমস্যা প্রায় প্রত্যেকৰে। চুলিকোচা ভালে ৰাখিবলৈ কিধৰণে ব্যৱহাৰ কৰিব নহৰু। ঘন আৰু দীঘল চুলিৰ বাবে নহৰু বৰ প্ৰয়োজনীয়। এন্টি-মাইক্রোবিয়েল গুণ সমৃদ্ধ নহৰুয়ে চুলিৰ গুৰি মজবুত কৰে। নহৰুত আছে ভিটামিন চি, যিয়ে চুলিৰ স্বাস্থ্য ভালে ৰাখে, ৰুক্ষভাব দূৰ কৰে।
কিদৰে ব্যৱহাৰ কৰিবঃ
প্রথমে নহৰুৰ পেষ্ট বনাই লওঁক। এইবাৰ তাৰ সৈতে…
Read More...