ৰুশ্বডিৰ আক্রমণকাৰীক দোষী সাব্যস্ত আদালতত
🔹 ৩০ বছৰ কাৰাদণ্ড হ’ব পাৰে মাটাৰৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ‘দ্য ছেটানিক ভার্ছেছ’ৰ স্রষ্টা তথা বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুশ্বডিৰ ওপৰত আক্রমণ চলোৱা অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে৷ অভিযুক্ত হাদি মাটাৰক নিউয়র্কৰ আদালতে দোষী সাব্যস্ত কৰিছে৷ ২৭ বছৰীয়া আততায়ীৰ ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ আগন্তুক ২৩ এপ্রিলত নিউয়র্কৰ…
Read More...