সৎকাৰ কৰিবলৈ নাই ধন : ৭ দিন মাতৃৰ মৃতদেহ ঘৰতে ৰাখিলে দুই কন্যাই
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : মাতৃৰ মৃতদেহৰ কাষত ৭ দিন ধৰি বহি থাকিল দুই কন্যা৷ সৎকাৰ কৰিবলৈ ধন নাই তেওঁলোকৰ৷ আত্মীয়ৰ পৰা সাহায্য বিচাৰিছিল যদিও কোনেও এটকাও নিদিলে৷ গতিকে মৃতদেহ কাষত লৈ চৰম হতাশাত বহি থাকিবলগীয়া হ’ল দুই কন্যা৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে তেলেংগানাত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, সাত দিন পূর্বে শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হয় চি ললিতা…
Read More...