হেকাৰৰ কবলত ছুপ্রিম ক’ৰ্টৰ ইউটিউব চেনেল
🔹 লাইভ ষ্ট্ৰিমিঙৰ পৰিৱর্তে ক্রিপ্ট'কাৰেন্সীৰ অনুষ্ঠান
নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : হেক হ’ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল! আজি হঠাতে দেখিবলৈ পোৱা যায়- আদালতৰ লাইভ ষ্ট্রিমিঙৰ পৰিৱর্তে এই চেনেলত ক্রিপ্ট'কাৰেন্সী সন্দর্ভত এটা অনুষ্ঠান সম্প্রচাৰ হৈছে৷ উল্লেখনীয় যে কেইদিনমান পূর্বে কলকাতাৰ আৰ জি কৰ হাস্পতালৰ গোচৰৰ লাইভ ষ্ট্ৰিমিঙক লৈ আপত্তি জনাইছিল…
Read More...