৯ হাজাৰ কিলোমিটাৰ দূৰত্বভেদি ক্ষেপণাস্ত্র নির্মাণ ভাৰতৰ
🔹 পাকিস্তান–চীনৰ নিদ্রাহৰণ কৰিব নৌসেনাই
নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : এইবাৰ ভাৰতে নিদ্রাহৰণ কৰিব পাকিস্তানৰ৷ দুশ্চিন্তাত পৰিব চীন৷ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্র নির্মাণ কৰিবলৈ গৈছে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই৷ পৰমাণু অস্ত্র বহনত এই ক্ষেপণাস্ত্র থাকিব নৌসেনাৰ ছাবমেৰিনত৷ দীর্ঘ দূৰত্বভেদি এই বেলিষ্টিক ক্ষেপণাস্ত্রৰ নাম কে–৫৷…
Read More...