ৰাজগড়ত বিদ্যালয়ত চুৰি–ডকাইতি-লুণ্ঠনৰ প্রশিক্ষণ
🔹 অপৰাধমূলক কাৰ্যত পৈণত কৰাৰ বাবে পিতৃ–মাতৃয়ে আদায় দিয়ে ২–৩ লাখ টকা
🔹 বিপাঙত আৰক্ষী
নিউজ ডেস্ক, ২১ আগষ্ট : মধ্যপ্রদেশৰ ৰাজগড় জিলাৰ তিনিখন ভিতৰুৱা গাঁৱত চুৰি–ডকাইতি আৰু লুণ্ঠনৰ প্রশিক্ষণ দিয়া বিদ্যালয়ক লৈ আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি হৈছে৷ জিলাখনৰ কাডিয়া, গুলখেড়ি আৰু হালখেড়ি নামৰ তিনিখন গাঁৱত চুৰি, ডকাইতি আৰু লুণ্ঠনৰ প্রশিক্ষণ দিয়া হয়৷ ৰাজধানী…
Read More...