আমেৰিকাৰ পৰা ‘হাণ্টাৰ কিলাৰ’ আনিব ভাৰতে
🔹 পাইলটবিহীন যুঁজাৰু ড্রোনে ধ্বংস কৰিব শত্রুৰ ঘাটি
নিউজ ডেস্ক, ১৬ আগষ্ট : আমেৰিকাৰ সৈতে সামৰিক চুক্তিয়ে অধিক গতি লাভ কৰিছে ভাৰতৰ৷ দেশখনৰ পৰা ৩১খন এমকিউ–৯বি বিমান ক্রয় কৰিব ভাৰতে৷ এই বিমানক ‘হাণ্টাৰ কিলাৰ’ নামেৰে জনা যায়৷ এই যুদ্ধ বিমান চলাবলৈ প্রয়োজন নহয় কোনো পাইলটৰ৷ উচ্চ শক্তিসম্পন্ন এই ড্রোন বিমানবোৰ ক্রয়ৰ ক্ষেত্রত আলোচনাই অধিক গতি লাভ কৰা…
Read More...