নদীত উটি গ’ল এছইউভি গাড়ী, একেটা পৰিয়ালৰ ৭জনৰ মৃত্যু
নিউজ ডেস্ক, ১১ আগষ্ট : পঞ্জাবত বানৰ ফলত ভয়াৱহ দুর্ঘটনা সংঘটিত হৈছে৷ ধাৰাবাহিক বৰষুণত নদীৰ তীৰৱর্তী অঞ্চলসমূহ প্লাৱিত হৈ পৰিছে৷ ইয়াৰ ফলত পানীৰ সোঁতত উটি গ’ল এখন গাড়ী৷ এই ঘটনাত একেটা পৰিয়ালৰ ৭গৰাকী লোকৰ মৃত্যু হৈছে৷ গাড়ীসহ পানীত ডুবি এই লোককেইগৰাকীৰ মৃত্যু হয়৷ লক্ষণীয়ভাৱে এছইউভি গাড়ী এখন পানীয়ে উটুৱাই লৈ যায়৷ ইফালে, গাড়ীখনত থকা অন্য তিনিগৰাকী…
Read More...