পশুপ্ৰেম! এটা কুকুৰৰ বাবে তিনি কোটিটকীয়া বিলাসী বাহন
বিশেষ বাৰ্তা, ২৮ জুলাই : ভাৰতৰ লগতে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ পৰিয়ালৰ বিলাসী জীৱন সকলোৰে জ্ঞাত৷ এই পৰিয়ালটোৰ পোহনীয়া কুকুৰৰো আছে এক বিলাসী জীৱন৷ অলপতে বিবাহক লৈ সৰ্বত্ৰে চর্চা চলা মুকেশ আম্বানিৰ কনিষ্ঠ পুত্র অনন্ত আম্বানিৰ আছে পোহনীয়া কুকুৰ৷ এই কুকুৰটোৱে বিলাসী বাহনত চলা–ফুৰা কৰে৷ সাধাৰণ দৃষ্টিত কুকুৰৰ…
Read More...