বানপানীকে ধৰি চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বান ৰোধৰ আহ্বান
🔹 সংসদৰ মজিয়াত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
বিশেষ বাৰ্তা, ২৪ জুলাই : আজি ৰাজ্যসভাত অসম গণ পৰিষদ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক এখন উন্নয়নমুখী আৰু বাস্তৱধৰ্মী বাজেট বুলি উল্লেখ কৰি বাজেটখনৰ জৰিয়তে দেশৰ আই-মাতৃ আৰু বাই-ভনীসকলক মৰ্যাদাসহকাৰে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিলে বুলি মত…
Read More...