কেজৰিৱালৰ বিস্ফোৰণ : আপৰ সাত বিধায়কক ২৫ কোটিকৈ টকাৰ প্রস্তাৱ বিজেপিৰ !
বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : দিল্লীৰ আপ চৰকাৰৰ পতন ঘটাবলৈ বিধায়ক কিনা–বেচাৰ চেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে৷ আজি এই অভিযোগ তুলিলে দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে৷ মুখ্যমন্ত্রী কেজৰিৱালে অভিযোগ কৰা অনুসৰি, সাতগৰাকী বিধায়কক দল সলনি কৰাৰ বাবে বিজেপিৰ তৰফৰ পৰা ২৫ কোটিকৈ টকা প্রদানৰ প্রস্তাৱ দিয়া হৈছে! টেলিফোনত আপ বিধায়কসকলক বিজেপিৰ…
Read More...