মানুহৰ স্নায়ুৰ ৰোগ নিৰাময়ৰ বাবে ধনকুবেৰ এলন মাস্কৰ ‘ব্রেইন চিপ’
🔹 আমেৰিকাৰ স্বাস্থ্য বিভাগৰ অনুমোদনৰ পিছত নিউৰালিংকে আৰম্ভ কৰিছে অভিনৱ গৱেষণা
বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : মানৱ দেহত প্রথমবাৰলৈ ব্রেইন চিপ প্রতিষ্ঠাপনৰ কথা ঘোষণা কৰিলে ধনকুবেৰ এলন মাস্কে৷ ধনকুবেৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁৰ ষ্টার্ট আপ সংস্থা নিউৰালিংকে মানুহৰ মস্তিষ্কত পৰীক্ষামূলকভাৱে এই চিপ প্রয়োগ কৰিছে৷ প্রাথমিক ফলাফল যথেষ্ট উৎসাহজনক বুলি…
Read More...