অযোধ্যাত প্রধানমন্ত্রী নৰেন্দ্র মোদী : অযোধ্যা ধাম ৰে’ল জংচন, মহর্ষি বাল্মীকি বিমানবন্দৰ উদ্বোধন
🔹 ৰাম মন্দিৰ উদ্বোধনৰ দিনা ‘অকাল দীপাৱলী’ত উদ্ভাসিত হওক দেশ : মোদী
🔹 ৮ কিলোমিটাৰ ৰোড শ্ব’ত প্রধানমন্ত্রী মোদীলৈ পুষ্পবৃষ্টি জনতাৰ
🔹 ৬খন ‘বন্দে ভাৰত’, দুখন ‘অমৃত ভাৰত’ ৰে’ল উপহাৰ
নিয়মীয়া ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ : অযোধ্যাত বহুপ্রতীক্ষিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা হ’ব ২২ জানুৱাৰীত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ৷ ইয়াৰ…
Read More...