নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

তুষাৰপাতত বিপৰ্যস্ত ছিকিম : আবদ্ধ ৮০০ পৰ্যটকক উদ্ধাৰ কৰিলে সেনাই

🔹 গৰম কাপোৰ-খাদ্য প্ৰদান সেনাৰ বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : তুষাৰপাতত বিপৰ্যস্ত সমগ্ৰ ছিকিম। যাত্ৰাৰ সময়ত বৰফ পৰাৰ বাবে আবদ্ধ হৈ পৰে প্ৰায় এক হাজাৰ পৰ্যটক। ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে পূব ছিকিমৰ দুৰ্গম অঞ্চলৰ পৰা দিনটোৰ ভিতৰতে উদ্ধাৰৰ কাম কৰি নিৰাপদে উদ্ধাৰ কৰে ৮০০জন লোকক। তীব্ৰ শীতত নিথৰ হৈ থকা লোকসকলক সেনা বাহিনীৰ বেৰেকলৈ অনা হয়। প্ৰয়োজনীয়…
Read More...

ৰে’লত সুন্দৰী মহিলাৰ সৈতে নৃত্য কৰি বিপদত আৰক্ষী

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : মুম্বাইৰ মধ্য ৰে’লৱেৰ স্থানীয় ৰে’লত সুন্দৰী মহিলাৰ সৈতে নৃত্য কৰি বিপদত পৰিছে এগৰাকী…

টকাৰ সন্ধানত গৃহ চৌহদ খান্দিব আয়কৰ বিভাগে

🔹 কংগ্রেছৰ সাংসদ ধীৰাজ চাহুৰ পৰা উদ্ধাৰ নগদ ৩৫৩ কোটি টকা বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ…

কৃষক ভক্ষণকাৰী বাঘক হত্যা কৰিবলৈ নির্দেশ কেৰালা চৰকাৰৰ

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : কেৰালাৰ ৱায়ানাড় জিলাত খেতিপথাৰত কর্মৰত কৃষকক ভক্ষণ কৰা বাঘ এটাক হত্যা কৰিবলৈ নির্দেশ…

পুত্রই যুৱতীক পলুৱাই নিয়া বাবে মাতৃক উলংগ কৰি সমদল

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : কর্ণাটকৰ বেলাগাভী জিলাৰ হাণ্টামুৰী গাঁৱত পুত্রই এগৰাকী যুৱতীক পলুৱাই নিয়া বাবে একাংশ…

কংগ্রেছী নেতাৰ গৃহত জব্দকৃত টকা ৩৫৩ কোটিলৈ বৃদ্ধি

🔹 সাংসদ ধীৰাজ চাহুৰ ৰাঁচীৰ বাসগৃহত এতিয়াও শেষ হোৱা নাই টকাৰ গণনা বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্রেছ…

নেহৰুৰ ভুলৰ বাবেই কাশ্মীৰত জন্ম হৈছিল সন্ত্রাসবাদৰ : অমিত শ্বাহ

🔹 'পাক অধিকৃত কাশ্মীৰ আমাৰ, কোনেও আমাৰ পৰা নিব নোৱাৰে' বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : সংবিধানৰ অনুচ্ছেদ ৩৭০…

পেন্সনৰ টকাৰ বাবে স্বামীক জীৱন্তে জ্বলোৱাৰ চেষ্টা পত্নীৰ

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : স্বামীৰ ওপৰত পত্নীৰ নির্যাতনৰ চৰম ৰূপ দেখিবলৈ পোৱা গ’ল মহাৰাষ্ট্রৰ থানেত৷ কিছুদিন…