কেৰালাত চিনাক্ত ক’ভিড উপ-প্রকৰণ ‘জেএন.১’
🔹 সূক্ষ্ম নিৰীক্ষণ, সতর্কতা–সজাগতা অৱলম্বন উদ্বিগ্ন চৰকাৰৰ
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : মানৱ জাতিৰ প্রতি প্রত্যাহ্বান নমোৱা ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ প্রায় সমাপ্তিৰ দিশে গৈছিল যদিও শেহতীয়াভাৱে এই মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে পুনৰ আৰম্ভ হৈছে৷ ভাৰততো শনিবাৰে ৩০০তকৈ অধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয়…
Read More...