নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

দীর্ঘদিনীয়া প্রেমিকৰে বিচ্ছেদ জর্জিয়া মেলোনিৰ

🔹 মহিলা সহকর্মীক শাৰীৰিক সম্পর্ক স্থাপনৰ প্রস্তাৱ : ক্ষুব্ধ ইটালীৰ প্রধানমন্ত্রী বিশেষ বাৰ্তা, ২১ অক্টোবৰ : ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেলোনিয়ে দীর্ঘদিনীয়া প্রেমিক আন্দ্রে গিয়ামব্রুনোৰ সৈতে বিচ্ছেদ ঘোষণা কৰিছে৷ পূর্বৰে পৰা বিতর্কিত মন্তব্য কৰি আহিছে আন্দ্রেই৷ এইবাৰ পুনৰ অসংযত মন্তব্যৰ অভিযোগত আন্দ্রেৰ সৈতে বিচ্ছেদ ঘটাবলৈ বাধ্য হয় মেলোনি৷…
Read More...

অসন্মত স্বামী–স্ত্রীয়ে একেলগে থকাটো অনুচিত

🔹 এলাহাবাদ হাইক’ৰ্টৰ গুৰুত্বপূর্ণ ৰায় বিশেষ বাৰ্তা, ২১ অক্টোবৰ : বিচ্ছেদৰ বাবে মন স্থিৰ কৰিছে স্বামী–পত্নীয়ে৷…

খাদ্যত বিহ মিহলাই ২০ দিনত স্বামীসহ ৬জনক হত্যা মহিলাৰ

🔹 পিতৃৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ ‘থালিয়াম’ ব্যৱহাৰ বিজ্ঞানীৰ বিশেষ বাৰ্তা, ২১ অক্টোবৰ : মহাৰাষ্ট্রত এগৰাকী কৃষি…

হলীউডৰ বর্ষীয়ান অভিনেতা বার্ট য়ঙৰ দেহাৱসান

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : হলীউডৰ বর্ষীয়ান অভিনেতা বার্ট য়ঙৰ দেহাৱসান ঘটিছে৷ ‘ৰকি’ ছবিত অভিনেতা ছিলভেষ্টাৰ ষ্টেলিনৰ…

স্বামীৰ দৰে যোগ্য–উপার্জনকাৰী হ’লে খৰচ নাপায় পত্নীয়ে

🔹 গোচৰৰ শুনানিত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায় বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : যদি স্বামী আৰু পত্নীৰ শিক্ষাগত…

কন্যাক উৎসাহিত কৰিবলৈ একেলগে নীট পৰীক্ষাত বহিল পিতৃ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : কন্যাৰ বাবে আটাইতকৈ অনুপ্রেৰণা হৈছে পিতৃ৷ পুত্রৰ বাবে অনুপ্রেৰণা সদায় মাতৃ৷ স্নেহৰ এই…

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি

🔹 মোদী চৰকাৰৰ পূজাৰ উপহাৰ বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : পূজাৰ বতৰত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ সুখবৰ৷ দুর্গোৎসৱৰ…

তীর্থযাত্রীৰ সংখ্যা ৫০ লাখ অতিক্রমেৰে অভিলেখ সৃষ্টি

🔹 বিশ্বখ্যাত চাৰধাম যাত্রা বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : উত্তৰাখণ্ডৰ সু–উচ্চ গাৰৱাল হিমালয়ান অঞ্চলত অৱস্থিত চাৰধাম…

বছৰি ৩.৮ চেঃমিঃকৈ বাঢ়িছে পৃথিৱী–চন্দ্রৰ দূৰত্ব

🔹 মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ প্রতিবেদনৰ তথ্য বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : পৃথিৱীৰ ওচৰৰ পৰা ক্রমান্বয়ে…