৭ মিনিটতে কর্কট ৰোগৰ চিকিৎসা
🔹 ব্রিটেইনে মুকলি কৰিলে নতুন ইনজেকচন
বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : ব্রিটেইনৰ ৰাষ্ট্রীয় স্বাস্থ্য সেৱা (এনএইচএছ)ৰ তৰফৰ পৰা ইংলেণ্ডৰ অসংখ্য কর্কট ৰোগীৰ চিকিৎসাৰ বাবে ইনজেকচন মুকলি কৰিবলৈ তৎপৰতা চলাইছে৷ এনএইচএছৰ এই কর্কট প্রতিৰোধী ইনজেকচনত মাত্র সময় লাগিব ৭ মিনিট৷ মেডিচিন এণ্ড হেল্থকেয়াৰ প্রডাক্টছ ৰেগুলেটৰী এজেঞ্চী (এমএইচআৰএ)ৰ অনুমোদনৰ পাছত ইংলেণ্ডৰ…
Read More...