মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড টাহাউৰ ৰাণাক ভাৰতক গতাব আমেৰিকাই !
বিশেষ বাৰ্তা, ১৮ আগষ্ট : ২৬/১১ মুম্বাই আক্ৰমণৰ প্ৰায় ডেৰ দশক পাৰ হৈ গ’ল। জেহাদীৰ আক্ৰমণত নিহত আৰু আহতৰ পৰিয়ালে এতিয়াও অপেক্ষা কৰি আছে দোষীৰ শাস্তিৰ বাবে। আজমল কাছাবক যদিও ফাঁচী দিয়া হৈছে, তথাপি মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড টাহাউৰ ৰাণা এতিয়াও আমেৰিকাৰ কাৰাগাৰত আছে। দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্তত আমেৰিকাই পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী…
Read More...