দীঘল দাড়ি–মোচেৰে গীনিজ বুকত অভিলেখ মিচিগানৰ মহিলাৰ
🔹 পলিকাইষ্টিক অ’ভাৰিয়ান ছীণ্ড্রমত আক্রান্ত হনিকাট
বিশেষ বাৰ্তা, ১৪ আগষ্ট : মহিলাৰ মোচ আৰু দাড়ি থকাটো বিভিন্নজনৰ বাবে অকল্পনীয় ঘটনা৷ কিন্তু মিচিগানৰ এগৰাকী ৩৮ বছৰীয়া মহিলাই মোচ আৰু দাড়িৰে গীনিজ ৱল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই মহিলাগৰাকীৰ নাম এৰিন হনিকাট৷ হনিকাটৰ দাড়ি-মোচৰ দৈর্ঘ্য ১১.৮ ইঞ্চি৷ এবিধ ৰোগত আক্রান্ত হৈছে হনিকাট৷ পলিকাইষ্টিক অ’ভাৰিয়ান…
Read More...