দুবছৰত ২০০টা পদক জয়েৰে ১০৬ বছৰীয়া ‘তৰুণী’ৰ অভিলেখ
বিশেষ বাৰ্তা, ২৮ জুনঃ বয়স কেৱল ১০৬ বছৰ। বয়সৰ আঁচোৰক আওকাণ কৰি তেওঁ গঢ়িলে অভিলেখ। হাৰিয়ানাৰ ১০৬ বছৰ ‘তৰুণী’ ৰামবাইয়ে এক নজিৰ গঢ়ি তুলিছে। ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক চেম্পিয়নশ্বিপত তিনিটা স্বৰ্ণ পদক লাভ কৰি তেওঁ এই নজিৰ গঢ়িছে। অৱশ্যে গোটেই জীৱন ক্ৰীড়াৰ লগত ৰামবাই জড়িত নাছিল। মাত্ৰ কেইবছৰমান আগৰ পৰা তেওঁ ট্ৰেকত দৌৰিবলৈ আৰম্ভ কৰিছিল।…
Read More...