২১৮ আলোকবর্ষ দূৰত দুটা গ্রহত আছে বিপুল জলভাণ্ডাৰ
নিয়মীয়া বাৰ্তা, ১৯ডিচেম্বৰ: সৌৰজগতৰ বাহিৰত পৃথিৱীসদৃশ দুটা গ্রহৰ আৱিষ্কাৰে জ্যোতির্বিজ্ঞানীসকলৰ্ মাজত বৃদ্ধি কৰিছে কৌতূহল৷ এই গ্রহ দুটাই এটা ক্ষুদ্র ৰক্তাভ নক্ষত্রক প্রদক্ষিণ কৰি আছে৷ পৃথিৱীৰ পৰা ২১৮ আলোকবর্ষ নিলগত আছে ‘লিৰা’ তাৰকা ৰাজ্য৷ গ্রীক ভাষাত ‘লিৰা’ৰ অর্থ বীণা৷ অর্থাৎ এই তাৰকা ৰাজ্যৰ আকাৰ বাদ্যযন্ত্র বীণাসদৃশ৷ ইয়াত থকা ক্ষুদ্র নক্ষত্র এটাক…
Read More...